Assam General Knowledge 2021 / Assam GK 2021 / অসমৰ সাধাৰণ জ্ঞান ২০২১


আমি আজিৰ এই Assam General Knowledge 2021 পোষ্টটিত পুনৰ আপোনালোকৰ বাবে ২০ টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সংগ্ৰহ কৰিছোঁ। আমি ভাবোঁ এই ৩০ টা প্ৰশ্নোত্তৰে আপোনাক আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। 

বিষয়েক কৈ এই প্ৰশ্নোত্তৰ কেইটা অসম পুলিছৰ লিখিতৰ পৰীক্ষাৰ লগতে সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। এই ক্ষেত্ৰত আমি আপোনালোকক আপোনালোকৰ নিজৰ ফলাফল বৃদ্ধি কৰিবলৈ এদিনত কমেও এবাৰ হ'লেও আমাৰ এই ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ।



Assam Quiz in Assamese - অসমীয়া কুইজ


১. অসমত কলাগুৰু বুলি কাক কোৱা হয়?


 ক) বিষ্ণুপ্ৰসাদ ৰাভা

 খ) কমলাকান্ত ভট্টাচাৰ্য

 গ) ৰজনীকান্ত বৰদলৈ

 ঘ) অম্বিকাগিৰি ৰায়চৌধুৰী

 

উত্তৰ:- ক) বিষ্ণুপ্ৰসাদ ৰাভা



২. অসমৰ অগ্নিকবিজনৰ নাম কি?


 ক) প্ৰসন্নলাল চৌধুৰী

 খ) কমলাকান্ত ভট্টাচাৰ্য

 গ) হেম বৰুৱা

 ঘ) কৃষ্ণকান্ত সন্দিকৈ

 

উত্তৰ:- খ) কমলাকান্ত ভট্টাচাৰ্য



৩. অসমত মৰাপাটৰ কল ক’ত অবস্থিত?


 ক) গোলাঘাট

 খ) শিলঘাট

 গ) গোৱালপাৰা

 ঘ) গুৱাহাটী

 

উত্তৰ:- খ) শিলঘাট



৪. অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল?


 ক) আনন্দৰাম বৰুৱা

 খ) প্ৰসন্নলাল চৌধুৰী

 গ) কমলাকান্ত ভট্টাচাৰ্য

 ঘ) হেম বৰুৱা

 

উত্তৰ:- ক) আনন্দৰাম বৰুৱা



৫. গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি বাৰু?


 ক) অপ্সৰা

 খ) মেঘদূত চিনেমা হল

 গ) কেলভিন

 ঘ) প্ৰাগজ্যোতি চিনেমা


উত্তৰ:- গ) কেলভিন



৬. অসমৰ সংগীত সূৰ্য ৰূপে কোনজন ব্যক্তিক জনা যায়?


 ক) ড° ভূপেন হাজৰিকা

 খ) ড° সূৰ্যকুমাৰ ভূঞা

 গ) জ্যোতিপ্ৰসাদ আগৰৱালা

 ঘ) বিষ্ণুৰাম মেধি


উত্তৰ:- ক)  ড° ভূপেন হাজৰিকা



৭. শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰধান শিষ্যজনৰ নাম কি আছিল?


 ক) হৰিবৰগিৰি

 খ) কুসুম্বৰ ভূঞা

 গ) শ্ৰীমন্ত মাধৱদেৱ

 ঘ) বলোভদ্ৰ


উত্তৰ:- গ) শ্ৰীমন্ত মাধৱদেৱ



৮. অসম কেশৰী ৰূপে কোনজন ব্যক্তিক জনা যায়?


 ক) সুৰেন্দ্ৰনাথ বুঢ়াগোহাঞি

 খ) মহানন্দ দাস

 গ) অম্বিকাগিৰি ৰায়চৌধুৰী

 ঘ) ৰাধা গোবিন্দ বৰুৱা


উত্তৰ:- গ) অম্বিকাগিৰি ৰায়চৌধুৰী



৯. অসমৰ দেশভক্ত বুলি কাক জনা?


 ক) তৰুণৰাম ফুকন

 খ) কৃষ্ণকান্ত সন্দিকৈ

 গ) হেম বৰুৱা

 ঘ) কমলাকান্ত ভট্টাচাৰ্য


উত্তৰ:- ক) তৰুণৰাম ফুকন



১০. অসমত প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তি জনৰ নাম কি আছিল?


 ক) ড° সূৰ্যকুমাৰ ভূঞা

 খ) ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

 গ) কৃষ্ণকান্ত সন্দিকৈ

 ঘ) ৰাধা গোবিন্দ বৰুৱা


উত্তৰ:- খ) ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য



১১. অসমৰ প্ৰথম গৰাকী মহিলা আই এ এছ কোন আছিল?


 ক) নলিনীবালা দেৱী

 খ) অমল প্ৰভা দাস

 গ) পাৰুল দাস

 ঘ) নিৰুপমা বৰুৱা


উত্তৰ:- গ) পাৰুল দাস



১২. অসমৰ উপন্যাসৰ সম্ৰাট বুলি কাক কোৱা হয় ?


 ক) হেম বৰুৱা

 খ) কমলাকান্ত ভট্টাচাৰ্য

 গ) ৰাধা গোবিন্দ বৰুৱা

 ঘ) ৰজনীকান্ত বৰদলৈ


উত্তৰ:- ঘ) ৰজনীকান্ত বৰদলৈ



১৩. ভাৰতত উৎপাদিত মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদিত হয়?


 ক) ৫৩ শতাংশ

 খ) ৫৫ শতাংশ

 গ) ৫৭ শতাংশ

 ঘ) ৫৪ শতাংশ


উত্তৰ:- খ) ৫৫ শতাংশ



১৪. অসমৰ পৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱা ব্যক্তিজনৰ নাম কি বাৰু?


 ক) ফকৰুদ্দিন আলী আহমেদ

 খ) ছাৰ চালেহ মহম্মদ আকবৰ হায়দৰী

 গ) ড° সূৰ্যকুমাৰ ভূঞা

 ঘ) কৃষ্ণকান্ত সন্দিকৈ


উত্তৰ:- ক) ফকৰুদ্দিন আলী আহমেদ



১৫. ২০১১ চনৰ লোক পিয়ল মতে অসমৰ জনসংখ্যা কিমান ?


 ক) ৩,১২,০৫,৫৭৬ জন

 খ) ৩,১২,০৫,৫৩৭ জন

 গ) ৩,১২,০৫,৫৭৫ জন

 ঘ) ৩,১২,০৫,৫৩৮ জন


উত্তৰ:- ক) ৩,১২,০৫,৫৭৬ জন



১৬. কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল?


 ক) ১৮২৩ চনত

 খ) ১৮২০ চনত

 গ) ১৮৪৬ চনত

 ঘ) ১৮১৭ চনত


উত্তৰ:- ক) ১৮২৩ চনত



১৭. অসমীয়া প্ৰথম ৰাজ্যপাল জন কোন আছিল?


 ক) ফকৰুদ্দিন আলী আহমেদ

 খ) বিষ্ণুৰাম মেধি

 গ) কৃষ্ণকান্ত সন্দিকৈ

 ঘ) বসন্ত দাস


উত্তৰ:- খ) বিষ্ণুৰাম মেধি



১৮. বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবি খনৰ নাম কি ?


 ক) এৰা বাটৰ সুৰ

 খ) মাক আৰু মৰম

 গ) পূবেৰুণ

 ঘ) নিমিলা অংক


উত্তৰ:- গ) পূবেৰুণ



১৯. গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত স্হাপিত হৈছিল?


 ক) ১৯২৬ চনত

 খ) ১৯৪৩ চনত

 গ) ১৯২৩ চনত

 ঘ) ১৯৭০ চনত


উত্তৰ:- ঘ) ১৯৭০ চনত



২০. প্ৰথম অসমীয়া বুৰঞ্জী মূলক উপন্যাস খনৰ নাম কি?


 ক) ভানুমতী

 খ) বেলিমাৰ

 গ) বন্দীশাল

 ঘ) মকৰাজাল


উত্তৰ:- ক) ভানুমতী



২১. পবিতৰা অভয়াৰণ্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?


 ক) ১৯৮৫ চনত

 খ) ১৯৮২ চনত

 গ) ১৯৮৮ চনত

 ঘ) ১৯৮৭ চনত


উত্তৰ:- ঘ) ১৯৮৭ চনত



২২. অসম চাহ নিগম কোন চনত গঠন কৰা হৈছিল?


 ক) ১৯৭৩ চনত

 খ) ১৯১৪ চনত

 গ) ১৯২৫ চনত

 ঘ) ১৯২২ চনত


উত্তৰ:- ক) ১৯৭৩ চনত



২৩. মানস ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?


 ক) ২০০০ চনত

 খ) ১৯৯০ চনত

 গ) ১৯৯৫ চনত

 ঘ) ২০০৮ চনত


উত্তৰ:- খ) ১৯৯০ চনত



২৪. গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল?


 ক) ১৬৯৪ চনত

 খ) ১৯৪৮ চনত

 গ) ১৬৬৫ চনত

 ঘ) ১৭৬৪ চনত


উত্তৰ:- খ) ১৯৪৮ চনত



২৫. প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকা গৰাকীৰ নাম কি আছিল?


 ক) আইদেউ সন্দিকৈ

 খ) মলয়া গোস্বামী

 গ) নিকুমণি বৰুৱা

 ঘ) মৃদুলা বৰুৱা


উত্তৰ:- ক) আইদেউ সন্দিকৈ



২৬. অসমৰ প্ৰধান নদী কেইখনৰ নাম কি কি ?


 ক) ব্রহ্মপুত্ৰ আৰু বৰাক নদী

 খ) জাঁজী নদী

 গ) সোৱণশিৰি নদী

 ঘ) দিচাং নদী


উত্তৰ:- ক) ব্রহ্মপুত্ৰ আৰু বৰাক নদী



২৭. চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন আছিল?


 ক) ৰমেন বৰুৱা

 খ) জয়ন্ত হাজৰিকা

 গ) ড০ ভূপেন হাজৰিকা

 ঘ) ব্ৰজেন বৰুৱা


উত্তৰ:- গ) ড০ ভূপেন হাজৰিকা



২৮. অভাউসা অৰ্থাৎ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা' কিমান চনত জন্ম হৈছিল?


 ক) ১৮৮৮ চনত

 খ) ১৮৮৬ চনত

 গ) ১৮৮৯ চনত

 ঘ) ১৮৯২ চনত


উত্তৰ:- ক) ১৮৮৮ চনত



২৯. প্ৰথম অসমীয়া ছপা পুথি খনৰ নাম কি?


 ক) দিনৰ পাছত দিন

 খ) এই সময় সেই সময়

 গ) এনাজৰী

 ঘ) ধৰ্ম পুস্তক


উত্তৰ:- ঘ) ধৰ্ম পুস্তক



৩০. লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন কবিতা পুথি কি কি ?


 ক) তুমি, বীণা

 খ) কদমকলি, পদুমকলি

 গ) বালিছন্দা, মনময়ূৰী

 ঘ) কামৰূপ জীয়াৰী, বিদ্যুদ্বিকাশ


উত্তৰ:- খ) কদমকলি, পদুমকলি


লগতে পঢ়ক :- অসমৰ সাধাৰণ জ্ঞান ২০২১ (খণ্ড-১)




Post a Comment

Previous Post Next Post